ভালপোৱা নিজৰ ছাঁ টোৰ দৰেই
ভালপোৱা নিজৰ ছাঁ টোৰ দৰেই যেতিয়া ওচৰত পাবলৈ মনে বিচাৰে
তেতিয়ালৈকে অান্ধাৰ হৈ পৰে।।
হাহাকাৰ কৰি সম্পৰ্ক এটা জীয়াই ৰাখিবলৈ চেষ্টা কৰা সেইজনলৈ লক্ষ্য
কৰিবাচোন…………তোমাক হেৰুৱাৰ ভয়ত মিছা কথাবোৰ যে কৈ নিজেই
চকুকেইটা মুদি অৱশেষত মিছিকিয়া হাহিৰে তোমাৰ ওচৰত ধৰা পৰিব বাধ্য
হয়।………………
বাৰে বাৰে ভুল নকৰিলেও তোমাৰ ওচৰত যে সৰু হৈ নিজেই অগতে কৈ
দিয়ে"""মোৰ ভুল হৈছিল'"চৰি…………………প্লীজ বুজিবলৈ চেষ্টা কৰা।।
……………
কি লক্ষ্য কৰা তুমি তোমাৰ ভালপোৱাৰ,……………………
সন্দেহ হয় চাগে, যে তেও তোমাৰ লগতে অাৰু অান কাৰোবাক
ভালপাই………………সন্দেহ হয় চাগে,যে তেও তোমাক সকলো সচা কথা
কেতিয়াও নকয়…………সন্দেহ হয় চাগে, যে তেও তোমাক তোমাৰ দৰে
কেতিয়াও ভাল নাপায়।
তোমাৰ মনে সকলো সময়ত তেওকেই বিচাৰে…………হয়তো তেওৰ
অনুপস্থিতিত মনে বহুত কান্দে………বাৰে বাৰে তেও দিয়া
মেছেজ,ফটো,ভিডিঅই চাই সময় পাৰ কৰাই হয়তো অাজিৰ দিনত তুমি তেওক
বহু ভালপোৱাৰ সাক্ষি।।………
কোনোবাই ঠিকেই কৈছিল…………তুমি বিচৰাবোৰৰ বাবে কৰা হাহাকাৰ
অাৰু তোমাক বিচৰা বোৰে তোমাক পাবৰ বাবে কৰা হাহাকাৰৰ মাজত একো
পাৰ্থক্য নাই………মাথো পাৰ্থক্য অাছে যদি এটাই যে তুমি বিচৰা বোৰে
তোমাক নিবিচাৰে অাৰু তোমাক বিচৰাবোৰে তোমাক কেতিয়াও বিচাৰি
নাপাই।
হয়তো সময়ৰ পাক চক্ৰত কোন কলৈ যাই তাৰ কোনো ঠিকনা নাই তথাপি
বৰ্তমান সময়ত কোনো কাৰো বাবে চিন্তা কৰিব সময় নাই অাৰু নিবিচাৰেও।
তোমাৰ সন্দেহ হয়তো মিছা নহয়………তেও সকলো সচা নকই……তোমাৰ দৰে
তেও তোমাক ভালো নাপাই………কিন্তু বাৰে বাৰে তেওক ভালপোৱাৰ
বাবে কৰা ব্যৰ্থ চেষ্টাত দুখ হয়টো বেছি তোমাৰেই।……………
নিজেই অনুভব কৰিবাচোন কিমান অৱহেলাত তোমাৰ মানে হুক হুকাই
কান্দিব বাধ্য হৈ পৰে।।……
কিমান ৰিখটাৰ স্কেলত দুখবোৰে কপাই তোমাৰ হৃদয়ক ভাঙি চূৰমাৰ কৰি থৈ
যাই।।নিজেই অনুভব কৰিবা………য'ত তোমাৰ খোকত খুন্দা মৰা শব্দইও
জোকাৰি যাই মাজনিশা তেওকলৈ দেখা সপোনবোৰক।।
ধন্যবাদ……………
Comments
Post a Comment
ধন্যবাদ