সম্পৰ্ক বোৰ এনেকৈয়ে দুৰ্বল হয়,,,,

সম্পৰ্ক বোৰ এনেকৈয়ে দুৰ্বল হয়,,,,
ভাল পাও বুলি কলেই নহ'ব, ভালপোৱাৰ দায়িত্ব পালন কৰিব লাগিব  ,,
যদি প্ৰেম নামৰ গছ পোলীটোৰ  যত্ন লোৱা নহয় সি কেতিয়াও সতেজ নহয়,, এটা সম্পৰ্ক বচাই ৰাখিবলৈ কিমান সময় আৰু সপোনৰ ব'লি দিব লাগে তেওঁৱেই  যানে যাৰ প্ৰেম আধৰুৱা হৈ ৰৈছে,,,
যদি তুমি তোমাৰ মনৰ কথা খুলি ক'বলৈ টান পুৱা বা মই কোৱা কথাই তোমাক চালনা লাগে তেন্তে তোমি মোক ভালেই নোপোৱা,, মিছাতে নিজক ঠগি আছা,, হয়তো তোমাৰ মনে মোক পাই সন্তুষ্ট নহয়,  আৰু আমাৰ সম্পৰ্ক বেছি দিনলৈ টিছ দিৱ নোৱাৰে,,, যেতিয়া তুমি মোৰ পৰা দূৰলৈ গুচি গৈছিলা মোৰ বহুত কষ্ট হৈছিল।  মৰি-মৰি জীৱন কটাবলৈ বাধ্য হেছিলো । কাকো বিশ্বাস কৰিব নোৱাৰা হৈছিলোঁ। এনে লাগিছিল যেন মই সঁচাকৈ বহুত বেয়া ল'ৰা । মই শাস্তি পাব লাগে, আৰু মোৰ একো ভুল নাথাকোতেও সকলো দুখ মই  মোৰ বুকু পাতি লৈছিলো । মোখেৰে এষাৰ মাতও নোলালো। সময়ে তোমাক পুণৰ এবাৰ সুবিধা দিছিলে আগতে কৰি অহা ভুলবোৰৰ শুধৰণিৰ কৰিব'লৈ, যদি তোমি সময় থাকোতেই ঠিক কৰিব নোৱাৰা , তেন্তে হয়তো সদায় এটা কথাকে মনত পেলাই কান্দিবলৈ বাধ্য হ'বা, যে••• "মই  কিয়  সেয়া নকলো তেনে নকৰিলো ইত্যাদি ইত্যাদি,,, তেতিয়া  তোমি মোৰ লগত প্ৰতাৰনা কৰি মোক অকলে কান্দিবলৈ এৰি থৈ গৈছিলা। কিন্তু  আজি মই  বহুত সুখী কাৰন মই  তোমাৰ  মিছা প্ৰেমলৈ বাট চাই ৰুৱা নাই!! অকলে আগুৱাই যাবলৈ শিকি লৈছোঁ।। প্ৰেমে প্ৰেমৰ পৰা একো নিবিচাৰে বিচাৰে মাথো বিশ্বাস,,, যদি বিশস দিব বা কৰিব লোৱাৰা তোমি তেওৰ পৰা আতৰি থকায় উচ্ছিত ,,, কাৰণ য'ত বিশ্বাস নাই ত'ত প্ৰেম নাই

Comments

Popular posts from this blog

জীৱনৰ অভিজ্ঞতা বোৰে মানুহক বহুত শিকাই…

স্বাৰ্থপৰ পৃথিৱীত সকলো নিজৰ লাভৰ বাবে কাৰোৱাক বস্তুৰ দৰে ব্যৱহাৰ কৰে

জীৱনত হয়টো জীয়াই থকাৰ প্ৰেৰণা