তোমাক পাই এনে লাগিছিল যেন

তোমাক পাই এনে লাগিছিল যেন আকাশৰ পৰা এটা সুন্দৰ তৰা আহি মোৰ চোতালত পৰি গল,,
বহুত কম দিনতে সেই ভ্ৰম ভাঙি চোৰ-মাৰ হল,,
তুমি তৰা নাছিলা আছিলা এটা জলন্ত জ্বালামুখী,,
যিয়ে মোৰ হৃদয়ে নহয় মোৰ আত্মবিশ্বাসও জ্বলাই থৈ গল,,

Comments

Popular posts from this blog

জীৱনৰ অভিজ্ঞতা বোৰে মানুহক বহুত শিকাই…

স্বাৰ্থপৰ পৃথিৱীত সকলো নিজৰ লাভৰ বাবে কাৰোৱাক বস্তুৰ দৰে ব্যৱহাৰ কৰে

জীৱনত হয়টো জীয়াই থকাৰ প্ৰেৰণা