মুৰ অসীম প্ৰেমৰ বিনিময়ত
মোৰ অসীম প্ৰেমৰ বিনিময়ত, মই তোমাৰ পৰা একোৱেইটো বিচৰা নাছিলো........., বিচাৰিছিলো মাথোঁ তোমাৰ হাঁহি, হাঁহি আৰু হাঁহি......., ভুল ক'ত হল........? হয়টোবা বেছি মৰম পাই আমুৱাই গ'লা নেকি........? নে মোতকৈও ব...
জীৱনৰ লগৰী গৰাকীক কত , কেতিয়া আৰু কেনেকৈ লগ পোৱা যাব , হয়টো তাৰ অনুমান কোনেও কৰিব নোৱাৰে ? হয়টো কোনোবাই কোৱাৰ দৰে সেই লগৰী জনী কেনিবা তোমাৰ আশে পাশেই আছে ...!! শুনিবলৈ পাইছো ," বিচাৰিলে হেনো ভগৱানকো পাব পাৰি " কিন্তু সচাঁ কথা এইটোৱেই যে জীৱনৰ লগৰী গৰাকীক বিচাৰি পালেও তাইৰ সচাঁ মৰমবোৰ জানো পাৰিবা পাব ..!! কাৰণ আমাৰ প্ৰায় কিছু সংখ্যক লোকেহে সচাঁ ভালপোৱাত থাকিব পাৰে , সকলোৱে মাথোঁ প্ৰতাৰণা কৰাতহে ব্যস্ত হৈ থাকে !!