মই ইংৰাজীত বেয়া কিন্তু

 মই ইংৰাজীত বেয়া কিন্তু তোমাক I love you বুলি ক'ব পাৰো ।
মই জিয়'গ্ৰাফীত বেয়া কিন্তু তুমি যে মোৰ অন্তৰত বাস কৰা সেইটো মই ক'ব পাৰো ।
মই হিষ্ট্ৰীত বেয়া কিন্তু তোমাক দেখা প্ৰথম দিনটো আজিও মোৰ মনত আছে ।
মই কেমেষ্টি নাজানো কিন্তু তুমি হাঁহিলে কি ৰিয়েক্সন হয় ক'ব পাৰো ।
মই ফিজিক্স একো নুবুজো কিন্তু যেতিয়া তোমাক দেখো মোৰ চকুযোৰ ৰ ' ইন্টেন্সিটি অফ স্পাৰ্ক ' মই বুজি পাওঁ ।
মই সকলো চাবজেক্টতেই বেয়া , কিন্তু সকলোবোৰ বুজিব  পাৰিম যদি প্ৰতিটো চাবজেক্টৰ টপিক তুমি হোৱা । "

Comments

Popular posts from this blog

জীৱনৰ অভিজ্ঞতা বোৰে মানুহক বহুত শিকাই…

স্বাৰ্থপৰ পৃথিৱীত সকলো নিজৰ লাভৰ বাবে কাৰোৱাক বস্তুৰ দৰে ব্যৱহাৰ কৰে

জীৱনত হয়টো জীয়াই থকাৰ প্ৰেৰণা