Posts

Showing posts from May, 2017

বন্ধুত্বত কি

বন্ধুত্বত কি তুমাৰ আৰু কি মোৰ সকলো আমাৰ। তুমাৰ মুখেৰে হাঁহি দেখিলে মই সুখী আৰু তোমাক কষ্টত দেখিলে মোৰ চকুৰ পানী ওলাই। কোনো বন্ধু য়ে যদি মোৰ কিবা কামত মোক সহায় কৰে মই তেওঁক ...

সম্পৰ্ক বোৰ এনেকৈয়ে দুৰ্বল হয়,,,,

সম্পৰ্ক বোৰ এনেকৈয়ে দুৰ্বল হয়,,,, ভাল পাও বুলি কলেই নহ'ব, ভালপোৱাৰ দায়িত্ব পালন কৰিব লাগিব  ,, যদি প্ৰেম নামৰ গছ পোলীটোৰ  যত্ন লোৱা নহয় সি কেতিয়াও সতেজ নহয়,, এটা সম্পৰ্ক বচাই ৰাখ...

তোমাক পাই এনে লাগিছিল যেন

তোমাক পাই এনে লাগিছিল যেন আকাশৰ পৰা এটা সুন্দৰ তৰা আহি মোৰ চোতালত পৰি গল,, বহুত কম দিনতে সেই ভ্ৰম ভাঙি চোৰ-মাৰ হল,, তুমি তৰা নাছিলা আছিলা এটা জলন্ত জ্বালামুখী,, যিয়ে মোৰ হৃদয়ে ...

পূৱাতে সাৰ পালো

আজি পূৱাতে সাৰ পালো,তোমালৈ মনত পেলায় নহয়  কিবা কাম আছিল,তোমালৈ কিয় মনত পেলাম,কিয় মোৰ মনক কষ্ট দিম, তুমি মোক কেতিয়া নো বোজিছিলা, কিবা কৰো বুলি মুৱাইল টি'পি  থাকোতে তোমাৰ নম্ব...

দুখ আৰু সুখ এক প্ৰকাৰৰ মানুহৰ

দুখ আৰু সুখ এক প্ৰকাৰৰ মানুহৰ সংগী, দুখ নাপালে জানো সুখ অনুভৱ কৰিব পাৰি। ল'ৰালি কালত আমি প্ৰায়ে প্ৰেমত পৰো, কেতিয়াবা হাঁহো আৰু কেতিয়াবা কান্দো। প্ৰেম কৰা কোনো ভুল নহয় মানু...