Posts

Showing posts from December, 2017

মুনুলৈ বোলি

তোমাৰ লগত কথা পাতি খুবেই ভাল লাগিল,, আগৰ দৰেই চঞ্চল- ফুৰ্তি হৃদয়ৰ পৰা ওলোৱা  মাতে, মোৰ মন মগ্ন কৰি পেলালে,, মই জনা নাছিলোঁ যে তুমিও  মোৰ লগত কথা পাতিবলৈ ইমান ব্যাকুল হৈ আছা বোল...